October 6, 2025 1:50 PM October 6, 2025 1:50 PM
12
ভাৰতৰ প্ৰথমটো সমবায়ভিত্তিক জৈৱ গেছ আৰু পটাছ গ্ৰেনুৱেল প্রকল্প মুকলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি ভাৰতৰ প্ৰথমটো সমবায়ভিত্তিক জৈৱ গেছ আৰু পটাছ গ্ৰেণুৱেল প্রকল্প মুকলি কৰে। ছাহাকৰ মহর্ষি শংকাৰো কোলহে নামৰ সমবায়ভিত্তিক এই প্ৰকল্পটো মহাৰাষ্ট্ৰৰ অহিল্যানগৰ জিলাত স্থাপন কৰা হৈছে। প্ৰকল্প মুকলি অনুষ্ঠানত অংশ লৈ শ্ৰীশ্বাহে কয়, যে জৈৱ গেছ আৰু পটাছ উৎপাদন আৰু বিপণনৰ ক্ষেত্ৰত এই প্ৰকল্পটো দেশৰ বাবে এটা অনুকৰণীয় আৰ্হি হৈ ৰ'ব। তেওঁ কয়, যে দেশত অতি শীঘ্ৰেই এনে ১৫টা সমবায়ভিত্তিক উদ্যোগ প্রতিষ্ঠা কৰা হ'ব আৰু এইক্ষেত্ৰত মহাৰাষ্ট্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বু...