May 15, 2024 11:24 AM

views 27

নতুন দিল্লীত আজি দক্ষতাৰ উচ্চতম মানৰ বাবে ডিজাইন কৰা ভাৰতৰ সৰ্ববৃহৎ দক্ষতা প্রতিযোগিতা

দক্ষতাৰ উচ্চতম মানৰ বাবে ডিজাইন কৰা ভাৰতৰ সৰ্ববৃহৎ দক্ষতা প্রতিযোগিতাখন আজি নতুন দিল্লীত আৰম্ভ হ'ব। দক্ষতা বিকাশ আৰু ঔদ্যোগীকৰণ মন্ত্ৰালয়ে জনোৱা মতে ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৪ত ৩০খনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯ শতাধিকতকৈও অধিক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰাৰ লগতে চাৰিশৰো অধিক উদ্যোগ বিশেষজ্ঞই অংশগ্ৰহণ কৰিব। চাৰিদিনীয়া কাৰ্যসূচীৰে চলিবলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে পৰম্পৰাগত শিল্পকৰ্মৰ পৰা আৰম্ভ কৰি অত্যাধুনিক প্রযুক্তিলৈকে ৬১টা দক্ষতাৰে ৰাষ্ট্ৰীয় মঞ্চত নিজৰ দক্ষতা আ...