August 20, 2025 12:22 PM

views 20

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫জনীয়া ভাৰতীয় দল ঘোষণা

অহা ৯ ছেপ্তেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত হ'বলগীয়া এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। সূৰ্য কুমাৰ য়াদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোত টেষ্ট অধিনায়ক শুভমন গীল উপ অধিনায়কৰূপে থাকিব। ভাৰতীয় ক্রিকেট দলৰ মুখ্য নির্বাচক অজিত আগৰকাৰ আৰু ভাৰতীয় টি টুৱেণ্টী দলৰ অধিনায়ক সূৰ্য্য কুমাৰ য়াদৱে আজি মুম্বাইত দলটোৰ সদস্যসকলৰ নাম ঘোষণা কৰে। দলটোৰ বাকী সদস্যসকল হৈছে- অভিষেক শর্মা, তিলক বার্মা, হার্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জীতেশ শর্মা, অশদীপ সিং, বৰুণ চ...