January 28, 2025 7:37 PM
4
নিউজিলেণ্ডৰ এমিলিয়া কেৰক আই চি চি বছৰটোৰ শ্রেষ্ঠ মহিলা ক্রিকেটাৰ হিচাপে ঘোষণা
আন্তর্জাতিক ক্রিকেট পৰিষদ, আই চি চিয়ে নিউজিলেণ্ডৰ এমিলিয়া কেৰক আই চি চি বছৰটোৰ শ্রেষ্ঠ মহিলা ক্রিকেটাৰ হিচাপে ঘোষণা কৰিছে। বিগত বৰ্ষৰ ভাল প্ৰদৰ্শন কৰা মহিলা ক্রিকেট খেলুৱৈসকলৰ মাজৰ পৰা...