November 16, 2025 8:44 PM

views 31

কলকাতা অনুষ্ঠিত টেষ্ট ক্রিকেটৰ প্ৰথমখন খেলত দক্ষিণ আফ্রিকাই ভাৰতক ৩০ ৰানত পৰাজিত কৰে

কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত টেষ্ট ক্রিকেটৰ প্ৰথমখন খেলত আজি দক্ষিণ আফ্রিকাই ভাৰতক ৩০ ৰানত পৰাজিত কৰে। দক্ষিণ আফ্রিকাই বান্ধি দিয়া ১২৪ ৰানৰ বিজয় লক্ষ্যৰে খেলি ভাৰতে আজি দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৯৩ ৰানহে সংগ্ৰহ কৰে। ভাৰতৰ অধিনায়ক শুভমন গীলে কালিৰ খেলত দিণ্ডিত আঘাত পোৱাৰ বাবে তেওঁ দ্বিতীয় ইনিংছত বেট ধৰিব নোৱাৰিলে। ইয়াৰ পূর্বে দক্ষিণ আফ্রিকাই কালি ৭ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৯৩ ৰানৰ পৰা আজিৰ খেল আৰম্ভ কৰি আটাইকেইটা উইকেট হেৰুৱাই ১৫৩ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্রিকাৰ হৈ টেম্বা ব...