April 26, 2025 12:33 PM

views 16

পথ-দলঙৰ আন্তঃগাঁথনিয়ে বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও বিকাশত অৰিহণা যোগায়ঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

পথ আৰু দলঙৰ আন্তঃগাঁথনিয়ে বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, বৰং ভৱিষ্যত প্ৰজন্মৰ বাবেও বিকাশত অৰিহণা যোগায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় পথ কংগ্ৰেছে গুৱাহাটীত আয়োজন কৰা এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত অংশগ্ৰহণ কৰি এইদৰে কয়। মুখ্যমন্ত্ৰীয়ে পথ আৰু দলঙৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত দেশক উন্নয়নৰ দিশত আগুৱাই নিয়াৰ বাবে ভাৰতীয় পথ কংগ্ৰেছে দশক ধৰি দৃষ্টান্তমূলক কাৰ্যৰ নিদৰ্শন দেখুৱাই আহিছে বুলি মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতৰ পথ উন্নয়নৰ অগ্ৰণী কাৰিকৰী সংস্থা হিচাপে ভাৰতীয় পথ ...