February 21, 2025 11:16 AM

views 12

মহাকুম্ভমেলাৰ অন্তিম সপ্তাহত যাত্ৰীৰ সমাগম নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় ৰে’লৱেৰ বিশেষ ব্যৱস্থা

ভাৰতীয় ৰে'লৱেই মহাকুম্ভ মেলাৰ অন্তিম সপ্তাহত যাত্ৰীৰ সমাগম নিয়ন্ত্ৰণৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। ইয়াৰ বাবে বিভিন্ন ষ্টেচনত প্লেটফৰ্মৰ বাহিৰত আছুতীয়া অঞ্চলৰ ব্যৱস্থা কৰা হৈছে। যাৰ দ্বাৰা যাত্ৰীৰ অহা-যোৱা আৰু ভিৰ নিয়ন্ত্ৰণ কৰিব পৰা যাব। ৰে'লৰ নিৰ্ধাৰিত সময় অনুসৰিহে যাত্ৰীসকলক প্লেটফৰ্মত প্ৰৱেশৰ অনুমতি দিয়া হ'ব বুলিও স্পষ্ট কৰি দিয়া হৈছে। যোৱা শনিবাৰে নতুন দিল্লী ৰে'লৱে ষ্টেচনত হোৱা হেঁচা-ঠেলাৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত অযোধ্যা, বাৰানসী, গাজিয়াবাদ, নতুন দিল্লী আৰু আনন্দ বিহাৰকে ধৰি প্ৰধান ষ্...