October 31, 2024 5:29 PM

views 23

উৎসৱৰ বতৰত ৰে’ল যাত্ৰীৰ সুবিধার্থে সমগ্ৰ দেশতে ভাৰতীয় ৰে’লৱেৰ বিশেষ ৰে’ল সেৱা

ভাৰতীয় ৰে'লৱেই উৎসৱৰ পৰিপ্ৰেক্ষিতত ৰে'ল যাত্ৰীসকলৰ সুবিধার্থে সমগ্ৰ দেশতে বিশেষ ৰে’ল সেৱা চলাই আছে। প্ৰতিবছৰে ৰে'লত ভ্ৰমণ কৰা লাখ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধাৰ্থে ৰে'লৱেই এই বিশেষ ৰে'ল সেৱা চলাই আহিছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ ২,৮০০ খন বিশেষ ৰে'লৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। যোৱা বছৰ এই সময়ত প্ৰায় ৪,৫০০ খন বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ বাতৰিৰ সৈতে হোৱা কথা-বতৰাত দিল্লী বিভাগীয় ৰে'লৱে প্ৰৱন্ধক সুখবিন্দৰ সিঙে কয় যে উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলৰ বাবে ৰে'লত অসংৰক্ষিত ...

October 30, 2024 8:16 PM

views 11

দীপাৱলী-ষট পূজাৰ সময়ত হাজাৰৰো অধিক বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে'লৱেই দীপাৱলী আৰু ষট পূজাৰ সময়ছোৱাত যাত্ৰীৰ ভীৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো হাজাৰৰো অধিক বিশেষ ৰে'লগাড়ী চলাচল কৰোৱাইছে। ৰে'লৱেই যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ২ হাজাৰ ৫০০ৰো অধিক অতিৰিক্ত ৰে'লগাড়ীৰ চলাচল কৰোৱাইছে। অলপতে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বিগত বৰ্ষৰ ৪ হাজাৰ ৫০০ খন ৰে'লগাড়ীৰ তুলনাত চলিত বৰ্ষত ৭ হাজাৰ খন বিশেষ ৰেলগাড়ী চলাচল কৰোৱাৰ কথা ঘোষণা কৰিছিল। তেওঁ এই বিশেষ ৰে’লগাড়ীকেইখনে প্রতিদিনে প্রায় ২ লাখ অতিৰিক্ত যাত্ৰী যাত্ৰা কৰিব পাৰ...