June 25, 2025 8:58 PM
অহা ১ জুলাইৰ পৰা ভাৰতীয় ৰে’লৰ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাৰা বৃদ্ধি
ভাৰতীয় ৰে'ল বিভাগে অহা ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাৰা সামান্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ক’ভিড মহামাৰীৰ পাছত ভাৰতীয় ৰে’লে এয়ে প্ৰথমবাৰৰ বাবে যাত্ৰী ভাৰা বৃদ্ধি...