December 14, 2025 9:17 PM December 14, 2025 9:17 PM
2
সম্রাট পেৰুম্বিডুণ্ড মুথাৰায়াৰ দ্বিতীয় ছুভাৰান মাৰাণৰ স্মৃতিত ডাক টিকট মুকলি
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে নতুন দিল্লীত সম্রাট পেৰুম্বিডুণ্ড মুথাৰায়াৰ দ্বিতীয় ছুভাৰান মাৰাণৰ স্মৃতিত এটা ডাক টিকট মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী ৰাধাকৃষ্ণণে তামিল ভাষা-সংস্কৃতিলৈ চৰকাৰৰ নিৰন্তৰ সমর্থনক প্রশংসা কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কাশি তামিল সংগমমকে ধৰি বিভিন্ন পদক্ষেপৰ প্ৰসংগ উল্লেখ কৰি তামিল ৰজা, নেতা আৰু স্বাধীনতা যুঁজাৰুসকলক সন্মান তথা স্বীকৃতি প্রদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, যে সম্রাট পেৰুম্বিডুগু মুথাৰায়াৰ স্মৃতিত ডাক টিকট ম...