July 18, 2024 12:56 PM

views 18

আইচিচি টি-২০ বেটিঙৰ ৰেংকিঙৰ দ্বিতীয় স্থানত সূর্য কুমাৰ যাদৱ

সূর্য কুমাৰ যাদৱে কালি জাৰি কৰা পুৰুষৰ আই চি চি টি-২০ বেটিঙৰ ৰেংকিঙত দ্বিতীয় স্থান অক্ষুন্ন ৰাখিছে। ভাৰতৰ আন এগৰাকী খেলুৱৈ যশস্বী জয়ছৱালে তালিকাত ষষ্ঠ স্থান লাভ কৰিছে। আনহাতে, ৰুতুৰাজ গাইকোৱাডে এটা স্থান তললৈ নামি অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অলপতে জিম্বাব'ৱেৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ শৃংখলাত ৪-১ ফলাফলত জয়লাভ কৰাৰ বাবে শেহতীয়া ৰেংকিঙত ভাৰতীয় খেলুৱৈসকলৰ স্থান উন্নীত হৈছে। পুৰুষৰ টি-২০ অলৰাউণ্ডাৰৰ ৰেংকিঙত ভাৰতৰ অকল হার্দিক পাণ্ডিয়াই স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তালিকাত পাণ্ডিয়াই ষষ্ঠ স...