October 24, 2024 7:01 PM

views 27

ঘূৰ্ণীবতাহ ‘ডানা’ৰ বাবে ওড়িশা-পশ্চিমবংগৰ উপকূলত ভাৰতীয় নৌসেনা বাহিনীৰ মানৱীয়-দুৰ্যোগ সাহায্য প্ৰদানৰ প্ৰস্তুতি

ঘূৰ্ণীবতাহ ‘ডানা’ৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নৌসেনা বাহিনীয়ে ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য প্ৰদানৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিজ্ঞপ্তিত জানিবলৈ দিয়া অনুসৰি প্ৰস্তুতিৰ অংশ হিচাপে ঘূর্ণী বতাহ প্ৰভাৱিত অঞ্চলসমূহত প্রয়োজনীয় বস্ত্ৰ, খোৱাপানী, খাদ্য সামগ্রী, ঔষধ আৰু জৰুৰীকালীন সাহায্য সামগ্ৰী প্ৰদানৰ বাবে বিশেষ গোটক সাজু কৰি ৰখা হৈছে। ইয়াৰোপৰি প্ৰয়োজন অনুসৰি উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ বাবে ডুবাৰু দল আৰু দুয়োখন ৰাজ্যৰ উপক...