November 26, 2024 11:52 AM
8
ফিবা এছিয়া কাপ প্ৰতিযোগিতাৰ এখন যোগ্যতা নির্ণয়কাৰী খেলত কাজাখস্তানক ৮৮-৬৯ ফলাফলত পৰাস্ত ভাৰতৰ
ভাৰতীয় পুৰুষ বাস্কেট বল দলে কালি চেন্নাইৰ নেহৰু ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ২০২৫ বৰ্ষৰ FIBA Asia Cup প্ৰতিযোগিতাৰ এখন যোগ্যতা নির্ণয়কাৰী খেলত কাজাখস্তানক ৮৮-৬৯ ফলাফলত পৰাস্ত কৰে। এয়া হ'ল দেশখনৰ বিৰুদ্ধে ২৭টা বছৰত আগশাৰীৰ FIBA প্ৰতিযোগিতাত ভাৰতৰ প্ৰথম বিজয়। এই জয়ৰ সুবাদত প্ৰতিযোগিতাৰ গ্ৰুপ-ইত ৫ পইণ্টৰ সৈতে ইৰানৰ পাছতে দ্বিতীয় স্থানত আছে। একেটা গ্ৰুপত কাজাখস্তান আৰু কাটাৰ ক্ৰমে তৃতীয় আৰু চতুর্থ স্থানত আছে। গ্রুপ পৰ্যায়ৰ শীৰ্ষ দল দুটাই ২০২৫ বৰ্ষৰ FIBA Asia Cup প্রতিযোগিতালৈ পোনপটীয়াভাৱে যোগ...