August 22, 2024 11:58 AM

views 14

পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী ভাৰতীয় পুৰুষ হকী দলটোক ভুবনেশ্বৰ বিমানবন্দৰত আদৰণি

পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় পুৰুষ হকী দলটোক কালি ভুবনেশ্বৰ বিমানবন্দৰত অনুৰাগী আৰু ওড়িশা চৰকাৰে বিশেষভাৱে আদৰণি জনায়। ওড়িশাৰ ক্রীড়া মন্ত্ৰী সূৰ্যবংশী সুৰজ, মুখ্য সচিব ভাস্কৰ জ্যোতি শৰ্মাকে ধৰি আন চৰকাৰী বিষয়াসকলে হকী ইণ্ডিয়াৰ অধ্যক্ষ ড০ দিলীপ কুমাৰ তিৰ্কী আৰু কোষাধ্যক্ষ ছেকৰ জে মনোহৰনৰ সৈতে বিমানবন্দৰত দলটোক আদৰণি জনায়। ভাৰতীয় হকী দলটোক একেৰাহে অলিম্পিকত পদক জয় কৰা বাবে ভুবনেশ্বৰত এটা মুকলি বাছ পেৰেডেৰে সন্মান জনোৱা হয়। ইয়াৰ পাছত খেলুৱৈসকলৰ বাবে কলিংগ ষ্টেডিয়ামত সম্বৰ...