February 23, 2025 8:12 PM
14
পাকিস্তানৰ জিম্মাত থকা ২২ গৰাকী ভাৰতীয় মাছমৰীয়াক মুকলি
পাকিস্তানে কালি সন্ধিয়া তেওঁলোকৰ জিম্মাত থকা ২২ গৰাকী ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিয়ে। মাছমৰীয়াকেইজনে আট্টাৰী-বাঘা যুটীয়া চেকপ'ষ্টৰ মাজেৰে দেশলৈ প্ৰত্যাৱৰ্তন কৰে। উল্লেখযোগ্য যে, ২০২১-২২ চনৰ সময়ছোৱাত সাগৰত মাছ ধৰি থকা অৱস্থাত অসাৱধানতাৱশতঃ তেওঁলোকে পাকিস্তানৰ জলৰাশিত প্ৰৱেশ কৰিছিল। ইয়াৰ বাবে নিৰ্ধাৰিত শাস্তি ভোগ কৰাৰ পাছত তেওঁলোকক মুকলি কৰি দিয়া হয়। এই মাছমৰীয়াসকলৰ ভিতৰত ১৮ গৰাকী গুজৰাটৰ, তিনিগৰাকী ডিউৰ আৰু এগৰাকী উত্তৰ প্ৰদেশৰ। তদুপৰি, তিনিগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি হোৱাৰ লগতে এগৰ...