June 16, 2025 1:14 PM

views 27

ইজৰাইলত থকা নাগৰিকসকলৰ বাবে ভাৰতীয় দূতাবাসৰ এলানি পৰামৰ্শ জাৰি

ইজৰাইল আৰু ইৰাণৰ মাজত সৃষ্টি হোৱা যুদ্ধ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ইজৰাইলত থকা ভাৰতীয় দূতাবাসে নাগৰিকসকলৰ বাবে এলানি পৰামৰ্শ জাৰি কৰিছে। সামাজিক মাধ্যমযোগে দূতাবাসৰ এটা সূত্ৰই কয়, যে ইজৰাইলত থকা ভাৰতীয় ব্যৱসায়ী, পৰ্যটকৰ দল, শিক্ষাৰ্থী আৰু শ্রমিককে ধৰি সকলো ভাৰতীয় নাগৰিকৰ সৈতে দূতাবাস যোগাযোগত আছে। নাগৰিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি দূতাবাসে প্ৰকাশ কৰিছে। ইজৰাইলত থকা ভাৰতীয় নাগৰিকৰ সুবিধার্থে দূতাবাসে ৯৭২ ৫৪-৭৫২০৭১১ আৰু ৯৭২ ৫৪-৩২৭৮৩৯২ হেল্পলাইন নম...

August 31, 2024 8:53 PM

views 25

লাঅ’চস্থিত ভাৰতীয় দূতাবাসে বোকেঅ’ প্ৰদেশত আৱদ্ধ ৪৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে

লাঅ’চস্থিত ভাৰতীয় দূতাবাসে বোকেঅ’ প্ৰদেশৰ গোল্ডেন ট্রায়েংগল বিশেষ অর্থনৈতিক ক্ষেত্ৰত অৱস্থিত চাইবাৰ কেলেংকাৰী কেন্দ্ৰত আৱদ্ধ ৪৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে। দূতাবাসে সামাজিক মাধ্যমযোগে লাঅ'চ কর্তৃপক্ষই বিশেষ অর্থনৈতিক ক্ষেত্ৰত অবৈধ কাম-কাজৰ বিৰুদ্ধে অভিযান চলাই ২৯ গৰাকী লোকক চমজাই দিয়া বুলি প্ৰকাশ কৰিছে। দূতাবাসে লগতে বাকী ১৮ জন লোকে পোনপটীয়াকৈ দূতাবাসৰ সৈতে যোগাযোগ কৰা বুলি জানিবলৈ দিছে। লাঅচত থকা ভাৰতীয় ৰাষ্ট্রদূত প্ৰচণ্ড আগৰৱালে ৱিয়েনটিয়ানেত উপস্থিত হোৱাত উদ্ধাৰ কৰা লোককেইজনক আদৰণি...