December 20, 2024 11:54 AM

views 13

হায়দৰাবাদত কাইলৈ বিজয় হাজাৰে ট্ৰফীৰ উদ্বোধনী মেচত নেখেল মহম্মদ ছামীয়ে

হায়দৰাবাদত কাইলৈ বংগ আৰু দিল্লীৰ মাজত হ’বলগীয়া বিজয় হাজাৰে ট্ৰফীৰ উদ্বোধনী মেচখনত মহম্মদ ছামীয়ে নেখেলে বুলি বংগ ক্রিকেট সংস্থাই কালি ঘোষণা কৰিছে। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত শেষবাৰৰ বাবে ভাৰতৰ হৈ খেলা ছামীয়ে শেহতীয়াকৈ এটা অস্ত্ৰোপচাৰ কৰোৱাবলগীয়া হৈছিল যদিও মধ্যপ্ৰদেশৰ বিৰুদ্ধে বংগৰ ৰঞ্জি ট্ৰফী জয়ৰ খেলখনত ৭টা উইকেট দখল কৰিছিল। চৈয়দ মুস্তাক আলী টি-২০ ট্রফী প্ৰতিযোগিতাত খেলুৱৈগৰাকীয়ে ১১খন খেলত ৯টা উইকেট দখল কৰিছিল। ভাৰতীয় ক্রিকেট দলটোৰ অধিনায়ক ৰোহিত শৰ্মাই কয়, যে অষ্ট্ৰেলিয়া ভ্ৰমণত দল...