December 8, 2025 11:58 AM December 8, 2025 11:58 AM

views 5

ভাৰত-ভূটান মৈত্ৰী সংস্থা বিফাৰ ফুটবল প্রতিযোগিতাত ভূটানৰ থিম্ফু চিটী এফ চিৰ জয়লাভ

ভাৰত-ভূটানৰ সৌহাদ্যপূর্ণ সম্পর্ক অটুত ৰখাৰ লগতে দুয়োখন দেশৰ বন্ধুত্ব আৰু অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে ভূটানৰ চামদ্রুপ ঝংখাৰত কালি অনুষ্ঠিত ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেলখনত ভূটানৰ থিম্ফু চিটী এফ চি বিজয়ী হয়। ভাৰত-ভূটান মৈত্রী সংস্থা- বিফাৰ উদ্যোগত আৰু ভাৰতীয় উচ্চায়ুক্তৰ সহযোগত যোৱা ২২ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা প্রতিযোগিতালানিৰ কালি নিশা সামৰণি পৰে। চূড়ান্ত খেলখনত বিজয়ী দল থিস্ফু চিটী এফ চিয়ে ভুটানৰে পেৰো এফ চিক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত চামদ্রুপ ঝংখাৰৰ আয়ুক্ত টাছি বাংমু, তামুলপুৰৰ বিধা...