April 2, 2024 1:48 PM
10
হিন্দুস্তান এৰ’ন’টিক্স লিমিটেডৰ গায়ানাৰ প্ৰতিৰক্ষা বাহিনীক ডৰ্নীয়াৰ-228 শ্ৰেণীৰ দুখন এয়াৰক্রাফ্ট প্ৰদান
♦ হিন্দুস্তান এৰ'ন'টিক্স লিমিটেডে গায়ানাৰ প্ৰতিৰক্ষা বাহিনীক ডৰ্নীয়াৰ 228 শ্ৰেণীৰ দুখন এয়াৰক্রাফ্ট প্ৰদান কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী কয় যে, বয়িং C-17 শ্ৰেণীৰ দুখন গ্লোব মাষ্টাৰ সামৰিক পৰিবহণ বিমানৰ জৰিয়তে ডৰ্নীয়াৰ এয়াৰক্রাফ্ট দুখন কালি বিয়লি চেড্ডী জাগান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। ইপিনে বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কৈছে যে, এই কাৰ্যই ভাৰত-গায়ানা দ্বিপাক্ষিক সম্পৰ্কত এটা নতুন অধ্যায়ৰ সূচনা কৰিলে। Read More News ...