September 15, 2025 12:54 PM
হাংজৌত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ ৰূপৰ পদক জয়
হাংজৌত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে সুন্দৰ প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰিছে। আয়োজক চীনৰ বিৰুদ্ধে কালি ফাইনেলত ১-৪ গ’লৰ ব্যৱধানত পৰাস্ত হ'লেও ভাৰতীয় দলটোৰ ৰূপৰ পদক অৰ...