July 15, 2024 10:48 AM July 15, 2024 10:48 AM

views 13

পাঁচখনীয়া টি-২০ৰ অন্তিমখন খেলত জিম্বাব’ৱেক ৪২ ৰানত পৰাস্ত ভাৰতৰ

● জিম্বাব'ৱেৰ হাৰাৰে ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু জিম্বাব'ৱেৰ মাজৰ পাঁচখনীয়া টি-২০ শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ভাৰতে কালি জিম্বাব'ৱেক ৪২ ৰানত পৰাস্ত কৰে। খেলখনত টছত জয়লাভ কৰি জিম্বাব' ৱেই প্ৰথমে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছিল। ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৬৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ সঞ্জু ছেমছনে ৪৫টা বলত সৰ্বাধিক ৫৮ ৰান সংগ্ৰহ কৰে। ৰিয়ান পৰাগে ২৪টা বলত ২২ ৰান আৰু শিৱম ডুবেই ১২টা বলত ২৬ ৰান সংগ্ৰহ কৰে। জিম্বাব'ৱেৰ হৈ মুজাৰবানীয়ে ভাৰতৰ দুটা উইকেট দখল কৰে। প্ৰত্য...

July 13, 2024 10:36 AM July 13, 2024 10:36 AM

views 14

আজি ভাৰত আৰু জিম্বাৱৱেৰ মাজত পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল

● ভাৰত আৰু জিম্বাৱৱেৰ মাজৰ পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৪ বজাত আৰম্ভ হ'ব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটো বৰ্তমান শৃংখলাত ২-১ ফলাফলেৰে আগবাঢ়ি আছে। শৃংখলাৰ প্ৰথমখন খেলত ভাৰত জিম্বাৱ ৱেৰ হাতত ১৩ ৰানত পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে পৰৱৰ্তী দুয়োখন খেলত জয়লাভ কৰি শৃংখলাত অগ্রগতি লাভ কৰিবলৈ সমৰ্থ হৈছে। দ্বিতীয়খন খেলত ভাৰতে ঘৰুৱা দল জিম্বাৱ ৱেক ১০০ ৰানত পৰাস্ত কৰাৰ বিপৰীতে তৃতীয়খন খেলত ২৩ ৰানত বিজয় জয়লাভ কৰ...

July 6, 2024 8:23 PM July 6, 2024 8:23 PM

views 9

হাৰাৰেত টি-টুৱেণ্টি মেচৰ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক জয়ৰ বাবে ১১৬ ৰাণৰ লক্ষ্য জিম্বাব’ৱেৰ

হাৰাৰেত চলি থকা ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি-টুৱেণ্টি মেচৰ শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দলটোৱে ভাৰতক জয়ৰ বাবে ১১৬ ৰাণৰ লক্ষ্য বান্ধি দিছে। ভাৰতে ছৈত জিকি জিম্বাব’ৱেক প্ৰথমে বেটিঙৰ বাবে আমন্ত্রণ জনায়। দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১১৫ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবি বিষ্ণয়ে সৰ্বাধিক চাৰিটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে বাতৰি লিখা পৰলৈকে ১০ অভাৰত ৫টা উইকেট হেৰুৱাই ৪৩ ৰাণ কৰি খেলি আছে। উল্লেখযোগ্য যে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ এই খেলখনত অভিষেক ঘটিছে।