November 1, 2024 8:20 PM November 1, 2024 8:20 PM
13
ভাৰত আৰু আলবেনিয়াৰ মাজত তিৰানা দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত
ভাৰত আৰু আলবেনিয়াৰ মাজত কালি তিৰানা দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হয়। আলোচনাকালত দুয়ো পক্ষই বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত পৰ্য্যালোচনা চলায়। এই দ্বিপাক্ষিক আলোচনাত ৰাজনৈতিক সম্বন্ধ, বাণিজ্য, সাংস্কৃতিক সম্বন্ধ আৰু জনসাধাৰণৰ সম্বন্ধৰ লেখিয়া বিষয়সমূহ সামৰি লোৱা হয়। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দুয়ো দেশৰ মাজৰ সহযোগিতাৰ বিষয়টোৱেও আলোচনাত স্থান লাভ কৰে। আলোচনাকালত দুয়ো পক্ষই পাৰস্পৰিক স্বার্থ জড়িত আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত-বিনিময় কৰে। আলোচনাত ভাৰতীয় পক্ষক বিদ...