June 26, 2025 10:50 AM

views 18

ভাৰত আৰু ভিয়েটনামৰ মাজত ত্ৰয়োদশ ৰাজনৈতিক আলোচনা

নতুন দিল্লীত কালি অনুষ্ঠিত ভাৰত আৰু ভিয়েটনামৰ মাজৰ ত্ৰয়োদশ ৰাজনৈতিক আলোচনা আৰু দশম কৌশলগত আলোচনাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ পি কুমাৰাণ আৰু ভিয়েটনামৰ উপ বৈদেশিক দপ্তৰৰ মন্ত্রী নুয়েন মান কুয়ঙে অংশগ্ৰহণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত কয়,যে ৰাজনৈতিক আলোচনাৰ সময়ত দুয়োপক্ষই ২০২০ বৰ্ষৰ ডিচেম্বৰত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা 'শান্তি,সমৃদ্ধি আৰু জনসাধাৰণৰ যুটীয়া দৃষ্টিভংগী' আৰু ২০২৪ বৰ্ষত ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত আগষ্ট মাহত স্বাক্ষৰিত ২০২৪-২০২৮ বৰ্ষৰ কা...