September 27, 2024 7:49 PM
33
তাস্কেণ্টত ভাৰত-উজবেকিস্তানৰ দ্বিপাক্ষিক বিনিয়োগ চুক্তিত স্বাক্ষৰ
ভাৰত আৰু উজবেকিস্তানে তাস্কেণ্টত আজি দ্বিপাক্ষিক বিনিয়োগ চুক্তিত স্বাক্ষৰ কৰে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু উজবেকিস্তানৰ উপ-প্রধানমন্ত্রী খোদজায়েভ জমছেদ অব্দুখা কিমৱিচে এই চুক্তি স্বাক্ষৰ কৰে। দ্বিপাক্ষিক বিনিয়োগ চুক্তি অনুসৰি দুয়োখন দেশে উভয় দেশৰ বিনিয়োগকাৰীক নিজৰ দেশত সুৰক্ষাৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰিব। এই চুক্তিয়ে বিনিয়োগকাৰীসকলক উৎসাহিত কৰাৰ বাবে বিবাদৰ নিষ্পত্তিৰ ক্ষেত্ৰত বৈষম্য নোহোৱাকৈ স্বতন্ত্র মঞ্চ প্ৰদান কৰিব। বিত্ত মন্ত্ৰালয়ে কৈছে যে, এই চুক্তি স্বাক্ষৰে দুয়োখন দেশ...