August 27, 2024 11:21 AM

views 26

ইউক্রেইনৰ সাম্প্ৰতিক পৰিস্থিতি, বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি টেলিফোনৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে ইউক্রেইনৰ সাম্প্ৰতিক পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত শ্ৰী মোডীয়ে গণতান্ত্রিক প্ৰমূল্য, আইনৰ নীতি আৰু উভয় দেশৰ জনসাধাৰণৰ শক্তিশালী সম্পৰ্কৰ ভিত্তিত গঢ় লৈ উঠা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বাত্মক আন্তঃৰাষ্ট্ৰীয় কৌশলগত সহযোগিতাৰ প্ৰতি শ্ৰী বাইডেনৰ গভীৰ দায়বদ্ধতাৰ শলাগ লয়। আলোচনাকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ...