April 23, 2025 8:29 PM April 23, 2025 8:29 PM
16
উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ পিছতেই কাশ্মীৰ উপত্যকাৰ পৰ্যটনৰ ক্ষেত্ৰখনত থকা সকলো দাঁগ আতৰাবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰঃ গজেন্দ্ৰ সিং শেখাৱাট
পেহেলগামৰ উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ পিছতেই কাশ্মীৰ উপত্যকাৰ পৰ্যটনৰ ক্ষেত্ৰখনত থকা সকলো দাঁগ আতৰাবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি পর্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাটে মন্তব্য কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় পুৰাতত্ত্ব উপদেষ্টা পৰিষদৰ ৩৮সংখ্যক বৈঠকত মন্ত্ৰীজনে এই মন্তব্য কৰিছে। বৈঠকত সভাপতিত্ব কৰা কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে সংবাদ মাধ্যমক সম্বোধন কৰি ৰাষ্ট্ৰৰ ঐতিহ্য আৰু ঐতিহাসিক স্মৃতিসৌধসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতীয় শ্রীলংকাত শেহতীয়াকৈ চিকুনগ...