January 16, 2025 8:38 PM

views 21

শ্ৰীলংকাৰ বাগিচা অঞ্চলসমূহত ৬০টা স্মাৰ্ট শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ভাৰত-শ্ৰীলংকাৰ চুক্তি স্বাক্ষৰ

ভাৰত আৰু শ্ৰীলংকাই দ্বীপ ৰাষ্ট্ৰখনৰ বাগিচা অঞ্চলসমূহত ৬০টা স্মাৰ্ট শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে দ্বীপ ৰাষ্ট্ৰখনত পাঁচ হাজাৰ ৮০ লাখ শ্ৰীলংকাৰ মুদ্ৰা প্ৰদান কৰিব। ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝা আৰু শ্ৰীলংকাৰ বাগিচা মন্ত্ৰ্যালয়ৰ সচিব ভি কে প্রভাত চন্দ্ৰকীৰ্তিয়ে দেশ দুখনৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে। এই পদক্ষেপৰ জৰিয়তে নুৱাৰা এলিয়া অঞ্চলৰ ৪৮ খন আৰু কান্দি তথা বদুল্লা অঞ্চলৰ ৬খনকৈ বিদ্যালয় উপকৃত হ'ব। শ্ৰেণীকোঠাসমূহ প্ৰযুক্তিৰ...