December 12, 2024 12:05 PM

views 13

২০৩৫ চনৰ ভিতৰত ভাৰতৰ নিজা মহাকাশ ষ্টেচন হ’ব বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্র সিঙৰ আশা প্ৰকাশ

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্র সিঙে ২০৩৫ চনৰ ভিতৰত ভাৰতৰ নিজা মহাকাশ ষ্টেচন হ'ব আৰু ২০৪০ চনৰ ভিতৰত এগৰাকী ভাৰতীয়ই চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব বুলি আশা প্রকাশ কৰিছে। নতুন দিল্লীত কালি বিজ্ঞান মন্ত্ৰ্যালয়ৰ সাফল্য সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি ড° সিঙে কয়, যে চৰকাৰে সূচনা কৰা মহাকাশ সংস্কাৰে মহাকাশ ক্ষেত্ৰৰ অপাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। তেওঁ কয়, যে বৰ্তমানলৈকে ভাৰতৰ পৰা ৪৩২টা বিদেশী কৃত্রিম উপগ্রহ উৎক্ষেপণ কৰা হৈছে আৰু ইয়াৰ প্ৰায় ৯০ শতাংশ‍ই বিগত ১০ বছৰত সম্পন্ন কৰা হৈছে। বিজ্ঞা...