July 8, 2024 6:51 PM

views 21

ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড সেনাবাহিনীৰ থাইলেণ্ডৰ মৈত্রী ২০২৪ সামৰিক অনুশীলন

ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড সেনাবাহিনীয়ে যৌথভাৱে থাইলেণ্ডৰ মৈত্রী ২০২৪ সামৰিক অনুশীলন চলাই আছে। এই অনুশীলনে ৰাষ্ট্ৰসংঘৰ চনদৰ অধীনত সামৰিক সহযোগিতা বৃদ্ধি আৰু দুয়োখন ৰাষ্ট্ৰৰ কার্যকৰী ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। জনসম্পৰ্কৰক্ষী বিষয়াৰ এক বিজ্ঞপ্তি অনুসৰি দুয়োটা দলৰ সেনাই বনাঞ্চল আৰু চহৰীয়া পৰিবেশত সন্ত্ৰাসবাদ বিৰোধী অভিযানত গুৰুত্ব আৰোপ কৰি কঠোৰ অনুশীলন চলাই আছে। বৰ্তমানলৈকে চলোৱা প্রশিক্ষণত অস্ত্র প্রশিক্ষণ, পৰ্বতাৰোহণ, বনাঞ্চলত জীয়াই থকাৰ কৌশল, যোগাযোগ অনুশী...