June 5, 2024 6:59 PM June 5, 2024 6:59 PM

views 9

লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ সকাহ দিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ দূৰসংযোগ বিভাগৰ

দূৰসংযোগ বিভাগে লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ তথা উদ্যোগ ৪.০ ৰূপান্তৰকৰণক সকাহ দিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ হাতত লৈছে। 5G আৰু 6G প্ৰযুক্তিৰ আগমনৰ লগে লগে ডিজিটেল ৰূপান্তৰকৰণক আগবঢ়াই নিয়াৰ বাবে উদ্যোগসমূহ প্ৰস্তুত কৰি তোলাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। উদ্যোগ ৪.০ ৱেচলাইন সমীক্ষাই উত্তৰ আৰু দক্ষিণ ভাৰতৰ ৫ টাকৈ খণ্ড সামৰি লোৱাৰ চেষ্টা কৰিব। বিভাগটোৱে লগতে কয় যে, মূল পৰামৰ্শসমূহ উদ্যোগ ৪.০ৰ পৰিৱৰ্তনশীল গ্রহণ সাধন কৰিবলৈ নীতিগত হস্তক্ষেপৰ মঞ্চ গঠন কৰিব। এই সমীক্ষাত অংশগ্ৰহণ কৰিবলৈ সংস্থাই...