October 4, 2025 8:34 PM
7
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া ৩খন এদিনীয়া আৰু ৫খন টি-২০ খেলৰ বাবে ১৫জনীয়া ভাৰতীয় দল ঘোষণা
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখন এদিনীয়া আৰু পাঁচখনীয়া টি-২০ খেলৰ বাবে বি চি চি আয়ে ১৫জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে। ১৯ অক্টোবৰৰ পৰা ভাৰতে শুভমন গীলৰ নেতৃত্বত অষ্ট্ৰেলিয়াৰ ...