May 9, 2025 12:36 PM

views 28

পাকিস্তানৰ লাহোৰত এটা বায়ু প্ৰতিৰক্ষা প্ৰণালী ধ্বংস ভাৰতীয় সশস্ত্ৰ বাহিনীৰ

সশস্ত্র বাহিনীসমূহে কালি পাকিস্তানৰ বিভিন্ন স্থানত বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু প্ৰণালীক লক্ষ্য কৰি আক্ৰমণ চলায়। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে আক্ৰমণত লাহোৰৰ এটা বায়ু প্ৰতিৰক্ষা প্ৰণালী ধ্বংস হয়। ভাৰতে পাকিস্তানৰ আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ হিচাপে এই প্রত্যাক্রমণ চলোৱা বুলি মন্ত্ৰ্যালয়ে মন্তব্য কৰিছে। পাকিস্তানে কালি ড্রোন আৰু ক্ষেপনাস্ত্ৰৰ সহায়ত অৱন্তিপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কপুৰৰ্থলা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, ভাটিন্দা, চণ্ডীগড়, নল, ফালড়ি আৰু ভুজকে ধৰি উত্তৰ আৰু প...