June 24, 2024 12:01 PM

views 15

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ মেচ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰতে ছুপাৰ এইট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছেণ্ট লুছিয়াৰ ডাৰেন ছাম্মী নেচনেল ক্রিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত খেলখন আৰম্ভ হ'ব। দুয়োটা দলৰ মাজত অনুষ্ঠিত পূৰ্বৰ ৩১ খন টি-২০ খেলত ভাৰতে ১৯ খনত আৰু অষ্ট্ৰেলিয়াই ১১ খনত জয়লাভ কৰাৰ বিপৰীতে এখন খেল অমীমাংসিত হৈ ৰয়। ছুপাৰ এইট পর্যায়ত ভাৰতে ইতিমধ্যে আফগানিস্তান আৰু বাংলাদেশক সহজতে পৰাজিত কৰিছে। সেয়েহে আজিৰ তৃতীয় খেলখনত জয়লাভ কৰিলে ভাৰতে কেৱল গ্ৰুপত শীৰ্ষত থকাই নহ...