April 19, 2025 9:09 PM

views 11

বাংলাদেশত হিন্দু সংখ্যালঘু নেতা ভৱেশ চন্দ্ৰ ৰয়ৰ অপহৰণ আৰু হত্যাৰ ঘটনাক ভাৰতৰ তীব্ৰ গৰিহণা

বাংলাদেশত হিন্দু সংখ্যালঘু নেতা ভৱেশ চন্দ্ৰ ৰয়ৰ অপহৰণ আৰু হত্যাৰ ঘটনাক ভাৰতে তীব্ৰ গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধিৰ জয়ছোৱালে সামাজিক মাধ্যমযোগে কৈছে যে, এই ঘটনাই চুবুৰীয়া দেশখনত অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ অধীনত হিন্দু সংখ্যালঘুৰ বিৰুদ্ধে চলি থকা পৰিকল্পিত অতিশায্য শৈলীক প্ৰতিফলিত কৰিছে। ইয়াৰ বিপৰীতে এনে ধৰণৰ পূৰ্বৰ অপৰাধৰ সৈতে জড়িতসকল এতিয়াও শাস্তিৰ সন্মুখীন হোৱা নাই। নতুন দিল্লী মহলে কোনো ধৰণৰ ভেদ-ভাৱ অবিহনে হিন্দুসহ সকলো সম্প্ৰদায়ক সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব পালন ...