June 30, 2024 7:23 PM

views 24

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ মহিলা টেষ্ট ক্রিকেটত দক্ষিণ আফ্রিকা দ্বিতীয় ইনিংচত ১০৫ ৰানত পিছপৰি আছে

চেন্নাইত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ মহিলা টেষ্ট ক্রিকেটৰ আজি তৃতীয় দিনাৰ খেলৰ অন্তত দক্ষিণ আফ্রিকা দ্বিতীয় ইনিংচত ১০৫ ৰানত পিছপৰি আছে। উল্লেখযোগ্য যে খেলখনত ভাৰতে টচত জিকি প্রথমে বেট ধৰি ৬ উইকেটৰ বিনিময়ত ৬০৩ ৰান কৰি প্ৰথম ইনিংচ ঘোষণা কৰে। ভাৰতৰ হৈ শেফালি বাৰ্মাই ২০৫ ৰান আৰু স্মৃতি মান্ধানাই ১৪৯ ৰানৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ্রিকাই প্রথম ইনিংচত আটাইকেইটা উইকেট হেৰুৱাই ২৬৬ ৰানহে কৰিবলৈ সমৰ্থ হয় আৰু ফ'ল' অন কৰি দ্বিতীয় ইনিংচৰ খেলা আৰম্ভ কৰি আজি তৃতীয় দিনৰ খেলৰ অন্তত ২ উইকেটৰ বিনিম...