August 26, 2024 9:09 PM

views 25

ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন ঘূৰণীয়া মেজমেলত আই এছ এম আৰৰ অধীনৰ ৬টা বিষয়ত আলোচনা

ভাৰত আৰু ছিংগাপুৰৰ মাজৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন ঘূৰণীয়া মেজমেল আজি অনুষ্ঠিত হয়। বৈঠকত ভাৰত আৰু ছিংগাপুৰৰ নেতাসকলে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সম্পর্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়। দুযোপক্ষই আই এছ এম আৰৰ অধীনত চিনাক্ত কৰা ডিজিটেলাইজেশ্বন, দক্ষতা বিকাশ, বহনক্ষমতা, স্বাস্থ্য সেৱা আৰু চিকিৎসা, আৰু উন্নত উৎপাদন আৰু সংযোগ আদি ছটা বিষয়ৰ ওপৰত আলোচনা কৰে। আজিৰ বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰেলৱে, তথ্য আৰু সম্প্ৰচাৰ আৰু ইলেকট্...