August 13, 2025 9:55 PM

views 9

নতুন দিল্লীত ভাৰত-ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ তৃতীয়লানি বৈঠক

ভাৰত-ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ তৃতীয়লানি বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে নেতৃত্ব দিয়া এই বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ উপস্থিত থাকে। বৈঠকত ছিংগাপুৰৰ প্ৰতিনিধিসকলক দেশখনৰ উপ-প্রধানমন্ত্ৰী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্রী গান কিম ইয়ঙে নেতৃত্ব দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে ভাৰত-ছিংগাপুৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্...