May 8, 2025 10:42 AM
সিন্দূৰ অভিযানৰ পাছত পাকিস্তানে পৰিস্থিতিৰ অধিক অৱনতি ঘটালে ভাৰত যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু
সিন্দূৰ অভিযানৰ অধীনৰ নিখুঁত ক্ষেপনাস্ত্ৰ আক্ৰমণৰ পাছত পাকিস্তানে পৰিস্থিতিৰ অধিক অৱনতি ঘটালে ভাৰত যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি নতুন দিল্লী মহলে প্রকাশ কৰিছে। ২৫ মিনিট জোৰা সিন্দূ...