May 8, 2025 10:42 AM May 8, 2025 10:42 AM

views 10

সিন্দূৰ অভিযানৰ পাছত পাকিস্তানে পৰিস্থিতিৰ অধিক অৱনতি ঘটালে ভাৰত যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু

সিন্দূৰ অভিযানৰ অধীনৰ নিখুঁত ক্ষেপনাস্ত্ৰ আক্ৰমণৰ পাছত পাকিস্তানে পৰিস্থিতিৰ অধিক অৱনতি ঘটালে ভাৰত যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি নতুন দিল্লী মহলে প্রকাশ কৰিছে। ২৫ মিনিট জোৰা সিন্দূৰ অভিযানৰ অধীনত সশস্ত্র বাহিনীসমূহে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰতিশোধকল্পে মঙলবাৰে নিশা ক্ষেপনাস্ত্ৰৰে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে। সেনা, বায়ুসেনা আৰু বিদেশ মন্ত্ৰ্যালয়ে কালি পুৱা সিন্দূৰ অভিযান সন্দৰ্ভত নতুন দিল্লীত সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত সাংবাদিকৰ ...