July 19, 2024 12:00 PM

views 13

ভাৰতৰ ২০৩০ চনৰ ভিতৰত মূল্যৰ হিচাপত বৈদ্যুতিন উৎপাদনৰ ৫০ হাজাৰ কোটি ডলাৰ লাভৰ লক্ষ্য নিৰ্ধাৰণ

ভাৰতে ২০৩০ চনৰ ভিতৰত মূল্যৰ হিচাপত বৈদ্যুতিন উৎপাদনৰ ৫০ হাজাৰ কোটি ডলাৰ লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই অভিলাষী লক্ষ্যত সম্পূর্ণ সামগ্ৰী নিৰ্মাণৰ পৰা ৩৫০ বিনিয়ন ডলাৰ আৰু উপাদান নিৰ্মাণৰ পৰা ১৫০ বিলিয়ন ডলাৰ অন্তৰ্ভুক্ত কৰা হৈছে। কালি নতুন দিল্লীত নীতি আয়োগৰ ভাইচ চেয়াৰমেন সুমন বেৰীয়ে ইলেকট্রনিক্স পাৱাৰিং ইণ্ডিয়াৰ পাৰ্টিচিপেচন ইন গ্ল'বেল ভেল্যু ছেইনছ শীর্ষক প্রতিবেদনখন উন্মোচন কৰে। প্ৰতিবেদনত ভাৰতৰ ইলেকট্রনিক্স খণ্ডৰ বিস্তৃত বিশ্লেষণ কৰা হৈছে য'ত ইয়াৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান সমূহৰ ওপৰত ...