July 1, 2024 9:05 PM July 1, 2024 9:05 PM
11
চিকিৎসক দিৱস, চার্টার্ড একাউণ্টেণ্ট দিৱস উপলক্ষে চিকিৎসক আৰু চার্টার্ড একাউণ্টেণ্টসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
আজি চিকিৎসক দিবস আৰু চার্টার্ড একাউণ্টেণ্ট দিবস। এই উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো চিকিৎসক আৰু চার্টার্ড একাউণ্টেণ্টসকলক সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে। শ্রীমোদীয়ে কয় যে, এই দিৱসত দেশৰ স্বাস্থ্যসেৱাৰ নায়কসকলৰ একাগ্ৰতা আৰু সহানুভূতিক সন্মান জনোৱা হয়। লগতে চিকিৎসকলে সকলো প্ৰত্যাহ্বান আৰু জটিলতা দক্ষতাৰে সমাধান কৰিব পাৰে বুলিও উল্লেখ কৰে। ইফালে চার্টার্ড একাউণ্টেণ্টসকলক শুভেচ্ছা জনাই শ্রীমোদীয়ে কয় যে, অর্থনৈতিক ক্ষেত্ৰখনৰ শ্রীবৃদ্ধিৰ বাবে চার্টার্ড একাউণ্টেণ্ট সকলৰ ভূমিক...