December 6, 2025 11:31 AM December 6, 2025 11:31 AM
9
ভাৰত আৰু ৰাছিয়াৰ মাজত ১৬ খন চুক্তি স্বাক্ষৰ
ভাৰত আৰু ৰাছিয়াই প্ৰতিৰক্ষা, বাণিজ্য, অর্থনীতি, শিক্ষা, স্বাস্থ্যসেৱা, সংস্কৃতি আৰু সংবাদমাধ্যমৰ সৈতে জড়িত ১৬ খন চুক্তিত কালি স্বাক্ষৰ কৰে। নতুন দিল্লীত ২৩ সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক শীর্ষ সম্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এখন যুটীয়া সংবাদমেলত কয় যে, ভাৰত ৰাছিয়াৰ মিত্ৰতাই গোলকীয় প্রত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ অধিক শক্তি যোগাব আৰু এই আস্থাই দুয়োখন দেশৰ ভৱিষ্যত সম্পর্ক অধিক সুদৃঢ় কৰিব। ভাৰত আৰু ৰাছিয়াই সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজখনত একেলগে থিয় দিছে বু...