September 27, 2024 1:18 PM

views 30

বিশ্ব উদ্ভাৱন সুচ্যাংকত ১৩৩টা বিশ্ব অর্থনীতিৰ ভিতৰত ভাৰত ৩৯সংখ্যক স্থানলৈ উন্নীত

চলিত বৰ্ষৰ বিশ্ব উদ্ভাৱন সুচ্যাংকত ১৩৩টা বিশ্ব অর্থনীতিৰ ভিতৰত ভাৰত ৩৯সংখ্যক স্থানলৈ উন্নীত হৈছে। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে এই বিষয়ে প্রকাশ কৰি কৈছে যে মধ্য আৰু দক্ষিণ এছিয়া অঞ্চলসমূহৰ ভিতৰত ভাৰতে শীর্ষ স্থান দখল কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীগোৱেলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বত অধীনত এই ভাৰতৰ এই গুৰুত্বপূৰ্ণ সাফল্য সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে নিম্ন-মধ্যবিত্ত আয়ৰ অৰ্থনীতিতো ভাৰত শীর্ষ স্থান লাভ কৰিছে। ২০১৫ বৰ্ষৰ বিশ্ব উদ্ভাৱন সূচ্যাংকত...