September 1, 2025 8:38 PM
12
ভাৰতৰ মানৱ সাহায্যৰ অংশ হিচাপে সংঘৰ্ষজৰ্জৰ আফগানিস্তানলৈ ১৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ
আফগানিস্তানৰ জালালাবাদ মহানগৰৰ সমীপত কালি হোৱা ৰিখতাৰ স্কেলত ৬ প্লাৱল্যৰ ভূমিকম্পৰ ফলত কমেও ৮০০ লোকৰ মৃত্যু হোৱাৰ লগতে ২ হেজাৰ ৫শৰো অধিক লোক আহত হৈছে। আফগানিস্তান চৰকাৰৰ এগৰাকী মুখপাত্রই আজি এইকথা প্ৰকাশ কৰে। স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্র শ্বৰাফট জামানে কৈছে যে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে আৰু চিকিৎসা সাহায্যৰ দল অঞ্চলটোত উপস্থিত হৈ আহতসকলক চিকিৎসা প্রদান কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আফগানিস্তানৰ ভূমিকম্পত ভালেমান লোকে প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ...