May 9, 2025 12:33 PM
বিশ্বৰ ভিন্ন প্ৰান্তত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ পৰা সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ হিচাপে পাকিস্তানৰ স্বৰূপ প্ৰকাশঃ বিদেশ সচিব বিক্রম মিশ্রি
বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ পৰা সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ হিচাপে পাকিস্তানৰ স্বৰূপ প্ৰকাশ পাইছে বুলি বিদেশ সচিব বিক্রম মিশ্রিয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত...