May 8, 2025 10:28 AM
ত্রিদেশীয় মহিলা এদিনীয়া ক্ৰিকেট শৃংখলাত দক্ষিণ আফ্ৰিকাক ২৩ ৰানত পৰাস্ত ভাৰতৰ; ফাইনেলত ভাৰত-শ্ৰীলংকা
ভাৰতৰ মহিলা ক্রিকেট দলে দক্ষিণ আফ্ৰিকাক ২৩ ৰানত পৰাস্ত কৰি চলিত ত্রিদেশীয় এদিনীয়া শৃংখলাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কালি আৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে প্ৰথমে বেটি...