November 28, 2025 9:38 PM November 28, 2025 9:38 PM

views 6

বিশ্বৰ দ্বিতীয় বৃহৎ চাহ ৰপ্তানিকাৰী দেশ ভাৰত; বছৰি প্ৰায় ২৫৫ মিলিয়ন চাহ উৎপাদন

ভাৰত বিশ্বৰ দ্বিতীয় বৃহৎ চাহ ৰপ্তানিকাৰী দেশ আৰু ভাৰতে বছৰি প্ৰায় ২৫৫ মিলিয়ন চাহ উৎপাদন কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে আজি নতুন দিল্লীত অনুষ্ঠিত সুৰক্ষিত চাহ উৎপাদন সন্মিলনত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। শ্রীগোৱেলে কয়, যে চাহ উদ্যোগত কৰ্মৰত শ্ৰমিকসকলৰ কল্যাণৰ বাবে চৰকাৰে এহেজাৰ কোটি টকাৰ পেকেজেৰে চায় চায়ং এপ পদক্ষেপ গ্ৰহণ কৰিছে। ২০৪৭ চনত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দেশৰ চাহ উদ্যোগক যথেষ্ট সা-সুবিধা আগবঢ়োৱাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ বুলিও তেওঁ উল্লেখ ...