February 18, 2025 8:20 PM

views 19

ভাৰত আৰু কাটাৰে বাণিজ্য, শক্তি, বিনিয়োগ আদিত সম্পৰ্কত উন্নীতকৰণৰ সিদ্ধান্ত গ্ৰহণ

ভাৰত আৰু কাটাৰে বাণিজ্য, শক্তি, বিনিয়োগ, উদ্ভাৱন, প্ৰযুক্তি, খাদ্য, সুৰক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কত বিশেষ  গুৰুত্ব আৰোপেৰে উভয় দেশৰ মাজৰ সম্পৰ্কক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ অল থানীৰ মাজত নতুন দিল্লীত অনুষ্ঠিত প্ৰতিনিধি পৰ্য়াযৰ বৈঠকত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈ মত-বিনিময় কৰে। দুয়োখন দেশে লগতে দুখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰে। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ...