August 23, 2025 8:48 PM
12
আমেৰিকালৈ ডাকযোগে সামগ্রী প্ৰেৰণ সাময়িকভাৱে স্থগিত ডাক বিভাগৰ
ডাক বিভাগে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ডাকযোগে সামগ্রী প্ৰেৰণৰ ব্যৱস্থাটো সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰই ৮০০ ডলাৰলৈকে মূল্যৰ সামগ্ৰীৰ বাবে শুল্ক-মুক্ত ব্যৱস্থাটো এই মাহৰ ২৯ তাৰিখৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতেই ডাক বিভাগে এই নিৰ্দেশনা প্রকাশ কৰিছে। যোগাযোগ মন্ত্ৰালয়ৰ তৰফৰ পৰা এটা বিবৃতিত কোৱা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে নিৰ্ধাৰিত সকলো আন্তঃৰাষ্ট্ৰীয় ডাক সামগ্ৰীত নতুন নিৰিখত শুল্ক নিৰ্ধাৰন কৰা হ'ব। অৱশ্যে, ১০০ ডলাৰলৈকে উপহাৰৰ...