August 6, 2025 1:49 PM
15
ভাৰত-ফিলিপাইনছৰ অংশীদাৰিত্ব দুয়োখন দেশৰ জনসাধাৰণৰ বাবে লাভদায়ক, শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ আধাৰঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে ভাৰত-ফিলিপাইনছৰ অংশীদাৰিত্ব কেৱল দুয়োখন দেশৰ জনসাধাৰণৰ বাবে লাভদায়ক নহয়, বৰং এয়া হৈছে এই খণ্ডৰ শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ আধাৰ। ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্দিনান্দ ৰোমুএলডেজ মার্কোছ জুনিয়ৰৰ প্ৰথম ভাৰত ভ্ৰমণক স্বাগমত জনাই ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে দুয়োখন দেশৰ মাজৰ ব্যাপক সহযোগিতাত দীৰ্ঘদিন ধৰি থকা উচ্চ পৰ্যায়ৰ সম্পৰ্ক, বৰ্ধিত ব্যৱসায় আৰু বাণিজ্য, সামুদ্রিক ক্ষেত্ৰ আৰু উন্নয়ন অংশীদাৰিত্বকে ধৰি শক্তিশালী প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিত...